Responsive Search Bar

Job Details

SBI CBO Recruitment 2026: ষ্টেট বেংক অৱ ইণ্ডিয়াই Circle Based Officer (CBO) পদৰ বাবে ২২৭৩ টা স্থায়ী পদত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত উত্তৰ-পূৰ্ব চাৰ্কেলত ৭৯ টা পদ উপলব্ধ। যোগ্য প্ৰাৰ্থীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব।

Salary :

48,480/- - 85,920/-

Post Name :

Circle Based Officer

Qualification :

Graduate

Age Limit :

21 - 30 Years

Exam Date :

Last Date :

2026-02-18
Apply Now

ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)-এ ২০২৬ বৰ্ষৰ বাবে Circle Based Officer (CBO) পদত নিযুক্তিৰ বাবে চৰকাৰী বিজ্ঞাপন প্ৰকাশ কৰিছে। দেশজুৰি বিভিন্ন চাৰ্কেলত মুঠ ২২৭৩ টা স্থায়ী পদ পূৰণ কৰা হ’ব। ইয়াৰ ভিতৰত উত্তৰ-পূৰ্ব চাৰ্কেলত ৭৯ টা পদ অন্তৰ্ভুক্ত কৰা হৈছে।এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে নিয়মিত (Regular Basis) ভিত্তিত হ’ব আৰু ইচ্ছুক যোগ্য প্ৰাৰ্থীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব।

নিযুক্তিৰ মুখ্য তথ্য:
পদৰ নাম: Circle Based Officer (CBO)

মুঠ পদ: ২২৭৩ টা

উত্তৰ-পূৰ্ব চাৰ্কেল: ৭৯ টা পদ

সংস্থা: State Bank of India (SBI)

নিযুক্তিৰ প্ৰকাৰ: স্থায়ী নিযুক্তি (Regular Basis)

দৰমহা: CBO পদৰ বাবে প্ৰাৰম্ভিক মূল দৰমহা হ’ব ₹48,480/-।দৰমহাৰ স্কেল হ’ল — ₹48,480–2000/7–62,480–2340/2–67,160–2680/7–85,920 ইয়াৰ লগতে ২ টা Advance Increment থাকিব।(Junior Management Grade Scale-I)

বয়স সীমা: ৩১.১২.২০২৫ অনুসাৰে প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব।প্ৰাৰ্থীৰ জন্ম তাৰিখ ০১.০১.১৯৯৬ ৰ পৰা ৩১.১২.২০০৪-ৰ ভিতৰত হ’ব লাগিব।

বয়সৰ ৰেহাই: SC – ৫ বছৰ | ST – ৫ বছৰ | OBC – ৩ বছৰ | PwBD/UR-EWS – ১০ বছৰ | PwBD/OBC – ১৩ বছৰ | PwBD/SC-ST – ১৫ বছৰ

শিক্ষাগত অৰ্হতা: প্ৰাৰ্থীৰ যিকোনো বিষয়ত স্নাতক ডিগ্ৰী থাকিব লাগিব অথবা কেন্দ্ৰীয় চৰকাৰে স্বীকৃত সমমানৰ যোগ্যতা।Integrated Dual Degree (IDD) ধাৰণকাৰী প্ৰাৰ্থীও যোগ্য হ’ব।

Medical, Engineering, Chartered Accountant, Cost Accountant আদি প্ৰফেচনেল যোগ্যতা থকা প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব।

অভিজ্ঞতা: ৩১.১২.২০২৫ অনুসাৰে ন্যূনতম ২ বছৰ Officer হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।এই অভিজ্ঞতা Scheduled Commercial Bank অথবা Regional Rural Bank (RBI-ৰ Second Schedule অনুসাৰে তালিকাভুক্ত)ত হ’ব লাগিব।

স্থানীয় ভাষা: যোগ্যতাপ্ৰাৰ্থীসকলে আবেদন কৰা চাৰ্কেলৰ স্থানীয় ভাষাত পঢ়া, লিখা আৰু বুজা সক্ষম হ’ব লাগিব।প্ৰভিজনেলি নিৰ্বাচিত প্ৰাৰ্থীৰ বাবে স্থানীয় ভাষাৰ পৰীক্ষা অনুষ্ঠিত হ’ব। যিসকল প্ৰাৰ্থীৰ ১০ম বা ১২শ শ্ৰেণীৰ মাৰ্কশীটত উক্ত ভাষা বিষয় হিচাপে থাকে, তেওঁলোক ভাষা পৰীক্ষাৰ পৰা ৰেহাই পাব।

আবেদন মাচুল:

UR / OBC / EWS – ₹750/- ,

SC / ST / PwBD – শূন্য (Nil)

আবেদন পদ্ধতি: ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব

https://bank.sbi/careers

https://www.sbi.co.in/careers

সহায়তা (Helpdesk): অনলাইন আবেদন, ফী পেমেন্ট বা কল লেটাৰ সংক্রান্ত সমস্যাৰ বাবে যোগাযোগ কৰক —022-22820427 (১১:০০ AM ৰ পৰা ৫:০০ PM, কাৰ্যদিনত) http://cgrs.ibps.in

বিঃদ্ৰঃ প্ৰাৰ্থীসকলক পৰামৰ্শ দিয়া হৈছে যে আবেদন কৰাৰ পূৰ্বে অফিচিয়েল বিজ্ঞাপন মনোযোগসহকাৰে পঢ়ি চাব।

Apply Now Link

Note: The link above will take you to the job application. Copy the link and open it in a new tab. Best of luck!

For more job updates, please join our WhatsApp and Telegram channels. We update new jobs daily. Also, please share this post with your relatives and friends to help them try for this job. Sharing is caring.

Related Job Posts

Ranjan Borah

Our mission is simple — to make job searching easy, accessible, and transparent for everyone in Assam. Whether you’re a student, graduate, or experienced professional, we aim to be your one-stop platform for job updates and career guidance.

Leave a Comment

About Us

Stay informed about the latest government job updates with our Sarkari Job Update website. We provide timely and accurate information on upcoming government job vacancies, application deadlines, exam schedules, and more.

Follow Us

Subscribe For New Job Updates

Please enable JavaScript in your browser to complete this form.