Bharat Sanchar Nigam Limited (BSNL)-এ Telecom আৰু Finance stream-ত 120টা Senior Executive Trainee (SET) পদৰ বাবে আনুষ্ঠানিক নিয়োগ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীয়ে অনলাইনযোগে আবেদন কৰিব পাৰে |
সংস্থাৰ নাম: Bharat Sanchar Nigam Limited (BSNL)
পদৰ নাম: Senior Executive Trainee (SET)
মুঠ পদসংখ্যা: 120 টা
Stream অনুসৰি পদসংখ্যা:
• Telecom Stream: 95 টা
• Finance Stream: 25 টা
দৰমহাৰ স্কেল: ₹24,900/- পৰা ₹50,500/- লৈ
বয়সৰ সীমা:
• নূন্যতম বয়স: 21 বছৰ
• সৰ্বাধিক বয়স: 30 বছৰ
(আবেদন গ্ৰহণৰ শেষ তাৰিখত হিচাপে)
Govt. নিয়ম অনুসৰি বয়সৰ ৰেহাই প্ৰযোজ্য।
শিক্ষাগত যোগ্যতা:
Telecom Stream:
B.E / B.Tech বা সমমানৰ Engineering Degree (Regular Full-Time)
নূন্যতম 60% নম্বৰসহ নিম্নলিখিত বিষয়সমূহত:
• Electronics & Telecommunications
• Electronics
• Computer Science
• Information Technology
• Electrical
• Instrumentation
বা এই বিষয়সমূহৰ সংমিশ্ৰণ (core discipline হিচাপে) আৰু সংশ্লিষ্ট নতুন শাখাসমূহ।
Finance Stream:
• Chartered Accountant (CA)
• Cost & Management Accountant (CMA)
আবেদন মাচুল:
• UR / OBC / EWS: ₹2500/-
• SC / ST / PwBD: ₹1250/-
কেনেদৰে আবেদন কৰিব: আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে BSNLৰ official portal-ত গৈ অনলাইনযোগে আবেদন কৰিব লাগিব।
Apply Online Link:
https://www.bsnl.co.in
বিঃদ্ৰঃ প্ৰাৰ্থীসকলক পৰামৰ্শ দিয়া হৈছে যে আবেদন কৰাৰ পূৰ্বে অফিচিয়েল বিজ্ঞাপন মনোযোগসহকাৰে পঢ়ি চাব।
Leave a Comment