Railway Recruitment Board (RRB)-এ CEN 09/2025 বিজ্ঞাপনৰ অধীনত Group D / Level-1 পদত নিযুক্তিৰ বাবে অধিসূচনা প্ৰকাশ কৰিছে। এই নিযুক্তিৰ জৰিয়তে মুঠ ২২,১৯৫ টা পদ ভাৰতৰ বিভিন্ন ৰেলৱে জোনত পূৰণ কৰা হ’ব
📌 নিযুক্তিৰ তথ্য
- সংস্থা: Railway Recruitment Board (RRB)
- বিজ্ঞাপন নং: CEN 09/2025
- পদৰ নাম: Group D / Level-1
- মুঠ পদ: ২২,১৯৫ টা
🚆 Zone অনুসৰি পদৰ সংখ্যা
- Western Railway (Mumbai): ৩,১৪৮
- North Western Railway (Jaipur): ৯৭৪
- South Western Railway (Hubli): ৯০
- West Central Railway (Jabalpur): ১,১৪৭
- East Coast Railway (Bhubaneswar): ৮০৩
- South East Central Railway (Bilaspur): ১,১৯৯
- Northern Railway (New Delhi): ৩,৫৩৭
- Southern Railway (Chennai): ১,০৩৬
- North Eastern Railway (Gorakhpur): ১,১৯৬
- Northeast Frontier Railway (Guwahati): ১,৭৭৬
- Eastern Railway (Kolkata): ১,১৮০
- Central Railway (Mumbai): ২,০১২
- East Central Railway (Hajipur): ৯৭৬
- North Central Railway (Prayagraj/Allahabad): ১,১৮৩
- South Eastern Railway (Kolkata): ৯৫৫
- South Central Railway (Secunderabad): ১,০১৬
💰 দৰমহা
- পে লেভেল: Level-1 (৭ম বেতন আয়োগ)
- আৰম্ভণি মূল দৰমহা: ₹১৮,০০০/- প্ৰতি মাহ
🎂 বয়স সীমা (01-01-2026 অনুসৰি)
- নূন্যতম বয়স: ১৮ বছৰ
- সৰ্বাধিক বয়স: ৩৩ বছৰ
বয়স ৰেহাই
- SC / ST: ৫ বছৰ
- OBC: ৩ বছৰ
- PwBD (UR): ১০ বছৰ
- PwBD (OBC): ১৩ বছৰ
- PwBD (SC/ST): ১৫ বছৰ
🎓 শিক্ষাগত অৰ্হতা
প্ৰাৰ্থীৰ তলৰ যিকোনো এটা অৰ্হতা থাকিব লাগিব—
- ১০ম শ্ৰেণী উত্তীৰ্ণ, অথবা
- ITI (স্বীকৃত প্ৰতিষ্ঠানৰ পৰা), অথবা
- NCVT দ্বাৰা প্ৰদান কৰা National Apprenticeship Certificate (NAC)
💳 আবেদন মাচুল
- SC / ST / Ex-Servicemen / PwBD / মহিলা / ট্ৰান্সজেণ্ডাৰ / সংখ্যালঘু / অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী: ₹২৫০
- অন্যান্য প্ৰাৰ্থী: ₹৫০০
মাচুল ৰিফাণ্ড
- SC/ST/PwBD/মহিলা/Ex-Servicemen/সংখ্যালঘু/EBC প্ৰাৰ্থীক পৰীক্ষাত অংশগ্ৰহণ কৰাৰ পিছত সম্পূৰ্ণ ₹২৫০ ৰিফাণ্ড
- অন্যান্য প্ৰাৰ্থীক ₹৫০০ৰ ভিতৰত ₹৪০০ ৰিফাণ্ড
☎️ সহায় নম্বৰ (CEN 09/2025)
সময়: পুৱা ১০ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ (কাৰ্যদিবসত)
- ইমেইল: rrb.help@csc.gov.in
- ফোন: 9592001188 / 0172-5653333
🌐 কেনেকৈ আবেদন কৰিব
যোগ্য প্ৰাৰ্থীসকলে কেৱল অনলাইন মাধ্যমে আবেদন কৰিব লাগিব।
👉 অফিচিয়েল ৱেবছাইট:
https://www.rrbapply.gov.in/#/auth/landing
বিঃদ্ৰঃ প্ৰাৰ্থীসকলক পৰামৰ্শ দিয়া হৈছে যে আবেদন কৰাৰ পূৰ্বে অফিচিয়েল বিজ্ঞাপন মনোযোগসহকাৰে পঢ়ি চাব।
Leave a Comment