Assam State Warehousing Corporation (ASWC)-এ Warehouse Manager Grade-II আৰু Technical Assistant পদৰ বাবে মুঠ 13 টা খালী পদ পূৰণ কৰিবলৈ অধিসূচনা প্ৰকাশ কৰিছে।
📌 পদৰ বিৱৰণ
1️⃣ Warehouse Manager Grade-II
পদৰ সংখ্যা: 10 টা
দৰমহা: ₹8,000 – ₹35,000
Grade Pay: ₹4,700 + অন্যান্য
শিক্ষাগত অৰ্হতা:
স্বীকৃত বিশ্ববিদ্যালয়ৰ যিকোনো শাখাত স্নাতক
অগ্ৰাধিকাৰ দিয়া হ’ব:
বিজ্ঞান / বাণিজ্য স্নাতক (Biology বা Chemistry বিষয়সহ)
Economics বিষয়সহ স্নাতক
চৰকাৰ স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ৬ মাহৰ Computer Diploma / Certificate
অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত ভাল যোগাযোগ দক্ষতা
গুদাম / Warehouse সম্পৰ্কীয় অভিজ্ঞতাক অগ্ৰাধিকাৰ
2️⃣ Technical Assistant
পদৰ সংখ্যা: 03 টা
দৰমহা: ₹5,000 – ₹20,200
Grade Pay: ₹3,300 + অন্যান্য
শিক্ষাগত অৰ্হতা:
বিজ্ঞান শাখাত স্নাতক (Biology বা Chemistry বিষয়সহ)
চৰকাৰ স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ৬ মাহৰ Computer Diploma / Certificate
অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত ভাল যোগাযোগ দক্ষতা
Warehouse / Storage ক্ষেত্ৰত অভিজ্ঞতাক অগ্ৰাধিকাৰ
🎂 বয়স সীমা (01-01-2026 অনুসৰি)
ন্যূনতম: 21 বছৰ
সৰ্বাধিক: 38 বছৰ
Age Relaxtion:
SC / ST: 5 বছৰ
OBC: 3 বছৰ
নাগৰিকত্ব:
ভাৰতীয় সংবিধান অনুসৰি ভাৰতীয় নাগৰিক হ’ব লাগিব
📝 Employment Exchange
অসমৰ Employment Exchange-ত নাম অন্তৰ্ভুক্ত থাকিব লাগিব
📄 সংলগ্ন কৰিবলগীয়া নথিপত্ৰ (Self-Attested)
HSLC Admit Card, Certificate & Marksheet
HSSLC Certificate & Marksheet
Degree Certificate & Marksheet
Permanent Residence Certificate (PRC)
Caste Certificate (যদি প্ৰযোজ্য)
Employment Exchange Registration Card
Computer Diploma / Certificate (৬ মাহ)
Experience Certificate (যদি থাকে)
২ খন সদ্য তোলা Passport Size Photo
📬 আবেদন কৰাৰ প্ৰক্ৰিয়া
আবেদন পত্ৰ ডাউনলোড কৰক:
👉 https://warehouse.assam.gov.in/
Speed Post বা হাতে হাতে আবেদন জমা দিব লাগিব
খামৰ ওপৰত পদৰ নাম স্পষ্টকৈ উল্লেখ কৰিব লাগিব
ঠিকনা:
The Managing Director
Assam State Warehousing Corporation
Pannyagar Bhawan, Amarawati Path
Christian Basti, Guwahati – 781005, Assam
🌐 অফিচিয়েল ৱেবছাইট
👉 https://warehouse.assam.gov.in/
বিঃদ্ৰঃ প্ৰাৰ্থীসকলক পৰামৰ্শ দিয়া হৈছে যে আবেদন কৰাৰ পূৰ্বে অফিচিয়েল বিজ্ঞাপন মনোযোগসহকাৰে পঢ়ি চাব।
Leave a Comment