Reserve Bank of India (RBI)-এ Office Attendant পদত নিযুক্তিৰ বাবে চৰকাৰী বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে অনলাইন মাধ্যমে আবেদন কৰিব পাৰিব।
📌 পদৰ তথ্য
- পদৰ নাম: Office Attendant
- সংস্থা: Reserve Bank of India (RBI)
- মুঠ পদ: ৫৭২ টা
📍 স্থান অনুসৰি পদ সংখ্যা
Ahmedabad – 29
Bengaluru – 16
Bhopal – 4
Bhubaneswar – 36
Chandigarh – 2
Chennai – 9
Guwahati – 52
Hyderabad – 36
Jaipur – 42
Kanpur & Lucknow – 125
Kolkata – 90
Mumbai – 33
New Delhi – 61
Patna – 37
💰 দৰমহা (Pay Scale)
আৰম্ভণি দৰমহা: ₹24,250/- প্ৰতিমাহ
Pay Scale:
₹24250 – 840 (4) – 27610 – 980 (3) – 30550 – 1200 (3) – 34150 – 1620 (2) – 37390 – 1990 (4) – 45350 – 2700 (2) – 50750 – 2800 (1) – 53550
➕ DA, HRA আৰু অন্যান্য ভাতা RBI নিয়ম অনুসৰি
🎯 বয়স সীমা (01/01/2026 অনুসৰি)
- ন্যূনতম: ১৮ বছৰ
- সৰ্বাধিক: ২৫ বছৰ
- যোগ্য জন্ম তাৰিখ: 02/01/2001 পৰা 01/01/2008 (উভয় দিনসহ)
🔓 বয়স ৰেহাই
- SC/ST – ৫ বছৰ
- OBC – ৩ বছৰ
- PwBD (UR) – ১০ বছৰ
- PwBD (OBC) – ১৩ বছৰ
- PwBD (SC/ST) – ১৫ বছৰ
🎓 শিক্ষাগত যোগ্যতা
- প্ৰাৰ্থীয়ে HSLC / 10th Pass হব লাগিব
- আবেদন কৰা ৰাজ্য/UT ৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ’ব লাগিব
- 01/01/2026 লৈকে প্ৰাৰ্থী Undergraduate হব লাগিব
❌ Graduate বা তাতকৈ ওপৰৰ যোগ্যতা থকা প্ৰাৰ্থী আবেদন কৰিব নোৱাৰিব
🗣 ভাষা যোগ্যতা
আবেদন কৰা ৰাজ্যৰ স্থানীয় ভাষা পঢ়া, লিখা, কোৱা আৰু বুজা সক্ষমতা থাকিব লাগিব।
💳 আবেদন মাচুল
- GEN/OBC/MOBC – ₹450 + 18% GST
- SC/ST/PwBD/EXS – ₹50 + 18% GST
- RBI Staff – NIL
📝 নিৰ্বাচন প্ৰক্ৰিয়া (Selection Process)
1️⃣ অনলাইন পৰীক্ষা (90 মিনিট)
- Objective type exam
- Negative marking: প্ৰতি ভুল উত্তৰৰ বাবে ১/৪ নম্বৰ কটা হ’ব
2️⃣ Language Proficiency Test (LPT)
- স্থানীয় ভাষাত পৰীক্ষা
- Qualifying nature
- উত্তীৰ্ণ ন’হলে প্ৰাৰ্থী বাতিল কৰা হ’ব
3️⃣ চূড়ান্ত নিৰ্বাচন
ভিত্তিত হ’ব:
- অনলাইন পৰীক্ষাৰ মাৰ্ক
- LPT উত্তীৰ্ণতা
- Medical Test
- Document Verification
✔ RBI ৰ সিদ্ধান্ত চূড়ান্ত হ’ব
🌐 আবেদন পদ্ধতি
👉 ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে RBI Official Recruitment Portal ৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব।
Official Website:
https://ibpsreg.ibps.in/rbipodec25
📢 Important Note
⚠ Graduate প্ৰাৰ্থীসকল আবেদনযোগ্য নহয়
⚠ ভুল তথ্য দিলে আবেদন বাতিল হ’ব পাৰে
⚠ Online পৰীক্ষাত negative marking আছে
বিঃদ্ৰঃ প্ৰাৰ্থীসকলক পৰামৰ্শ দিয়া হৈছে যে আবেদন কৰাৰ পূৰ্বে অফিচিয়েল বিজ্ঞাপন মনোযোগসহকাৰে পঢ়ি চাব।
Leave a Comment