Union Public Service Commission (UPSC) এ Civil Services Examination (CSE) 2026 আৰু Indian Forest Service (IFoS) Examination 2026 ৰ বাবে চৰকাৰী অধিসূচনা প্ৰকাশ কৰিছে। এই অধিসূচনাসমূহ ৪ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে প্ৰকাশ কৰা হৈছে
এই পৰীক্ষাসমূহ ভাৰতৰ আটাইতকৈ প্ৰতিষ্ঠিত আৰু প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ ভিতৰত অন্যতম, য’ত প্ৰতি বছৰে লাখ লাখ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে।
UPSC Recruitment ৰ সংক্ষিপ্ত তথ্য
- সংস্থা: ভাৰত চৰকাৰ
- নিযুক্তি কৰ্তৃপক্ষ: Union Public Service Commission (UPSC)
- পৰীক্ষাৰ নাম:
- Civil Services Examination (CSE) 2026
- Indian Forest Service (IFoS) Examination 2026
খালী পদৰ সংখ্যা
- CSE: 933 টা পদ
- IFoS: 80 টা পদ
- মুঠ পদ: 1013 টা
অসমত পৰীক্ষা কেন্দ্ৰ
- যোৰহাট
- দিছপুৰ
শিক্ষাগত অৰ্হতা
Civil Services Examination (CSE) ৰ বাবে:
প্ৰাৰ্থীৰ যিকোনো স্বীকৃত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী থাকিব লাগিব।
Indian Forest Service (IFoS) ৰ বাবে:
প্ৰাৰ্থীৰ তলত দিয়া বিষয়সমূহৰ যিকোনো এটাত স্নাতক ডিগ্ৰী থাকিব লাগিবঃ
- Animal Husbandry & Veterinary Science
- Botany
- Chemistry
- Geology
- Mathematics
- Physics
- Statistics
- Zoology
অথবা Agriculture, Forestry, Engineering বিষয়ত স্নাতক ডিগ্ৰী থাকিলেও আবেদন কৰিব পাৰিব।
বয়সৰ সীমা (01-08-2026 অনুসৰি)
- ন্যূনতম বয়স: 21 বছৰ
- সৰ্বাধিক বয়স: 32 বছৰ
বয়সৰ ৰেহাই
- SC / ST: 5 বছৰ
- OBC: 3 বছৰ
- PwBD (UR): 10 বছৰ
- PwBD (OBC): 13 বছৰ
- PwBD (SC/ST): 15 বছৰ
আবেদন মাচুল
- SC / ST / মহিলা / PwBD: মাচুল নাই
- অন্য শ্ৰেণী: ₹100/-
গুৰুত্বপূৰ্ণ তাৰিখ
- অনলাইন আবেদন আৰম্ভ: 4 ফেব্ৰুৱাৰী 2026
- আবেদনৰ অন্তিম তাৰিখ: 24 ফেব্ৰুৱাৰী 2026 (সন্ধ্যা 6 বজালৈ)
- প্ৰাথমিক পৰীক্ষাৰ তাৰিখ: 24 মে’ 2026
কেনেকৈ আবেদন কৰিব
যোগ্য প্ৰাৰ্থীসকলে UPSC ৰ চৰকাৰী ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব।
🌐 অফিচিয়েল ৱেবছাইট:
বিঃদ্ৰঃ প্ৰাৰ্থীসকলক পৰামৰ্শ দিয়া হৈছে যে আবেদন কৰাৰ পূৰ্বে অফিচিয়েল বিজ্ঞাপন মনোযোগসহকাৰে পঢ়ি চাব।
Leave a Comment